প্ৰাচীন ভাৰতীয় চিন্তা
'প্ৰাচীন ভাৰতীয় চিন্তা' এখন দৰ্শন বিষয়ৰ পাঠ্যপুথি। লেখক হেমন্ত কুমাৰ ৰয়ৰ দ্বাৰা যুগুতোৱা এইখন পাঠ্যপুথিত আছে বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত, মনুসংহিতা আৰু পুৰাণসমূহৰ কিছুমান উল্লেখযোগ্য ধৰ্ম আৰু দাৰ্শনিক তত্ত্ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ মেজৰ আৰু মাইনৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এইখন এখন অতি উপযোগী পাঠ্যপুথি। মূল্য : ₹২৫০/- প্ৰকাশক : ইউনিয়ন বুক পাব্লিকেচন লেখক : হেমন্ত কুমাৰ ৰয়