প্ৰাচীন ভাৰতীয় চিন্তা

'প্ৰাচীন ভাৰতীয় চিন্তা' এখন দৰ্শন বিষয়ৰ পাঠ্যপুথি। লেখক হেমন্ত কুমাৰ ৰয়ৰ দ্বাৰা যুগুতোৱা এইখন পাঠ্যপুথিত আছে বেদ, উপনিষদ,  ৰামায়ণ,  মহাভাৰত, মনুসংহিতা আৰু পুৰাণসমূহৰ কিছুমান উল্লেখযোগ্য ধৰ্ম আৰু দাৰ্শনিক তত্ত্ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ মেজৰ আৰু মাইনৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এইখন এখন অতি উপযোগী পাঠ্যপুথি। 
মূল্য : ₹২৫০/- 
প্ৰকাশক : ইউনিয়ন বুক পাব্লিকেচন 
লেখক : হেমন্ত কুমাৰ ৰয়

Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?