বৌদ্ধ নীতিশাস্ত্ৰত ব্রহ্মবিহাৰ

ব্ৰহ্মবিহাৰ 


বৌদ্ধ নীতিশাস্ত্ৰত ব্ৰহ্মবিহাৰ ভাবনা এটি গুৰুত্বপূৰ্ণ নৈতিক আৰু আধ্যাত্মিক ধাৰণা। মৈত্ৰী, কৰুণা, মুদিতা আৰু উপেক্ষা--- এই চাৰি ভাবনাৰ সন্মিলিত ৰূপকে বৌদ্ধ দৰ্শনত ব্ৰহ্মবিহাৰ বোলা হয়।
1. মৈত্রী : সকলো জীৱৰ প্ৰতি প্ৰেম, ভালপোৱা আৰু বন্ধুত্ব ভাবনাক মৈত্ৰী বোলা হয়।
2. কৰুণা : জীৱৰ দুখত সমভাগী হৈ তাক নিবাৰণৰ প্ৰচেষ্টাক কৰুণা বোলে।
3. মুদিতা : অপৰ ব্যক্তিৰ সুখ, সমৃদ্ধি আৰু প্ৰগতিত নিজে সুখী আৰু অনন্দিত হোৱাই মুদিতা।
4. উপেক্ষা : সুখ-দুখ, আশা-আকাংক্ষা, মান-অপমান, লাভ-লোকচান আদিত নিজৰ চিত্ত অবিচল বা নিৰপেক্ষ ৰখাৰ নাম উপেক্ষা।

Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?