What is Open Book Examination? অপেন বুক এক্সাম মানে কি?
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা SOP দিব। তথাপি তলৰ কথা কেইটা জানি ৰখা ভাল।
Open Book Exam মানে কি?
1. অলাইন পৰীক্ষাৰ এটা ভাগ। ঘৰতে বহি দিয়া পৰীক্ষা।
2. এই পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে লগত কিতাপ, নোটচ, কম্পিউটাৰ, লেপটপ, মোবাইল সকলো ৰাখিব পাৰিব। আৰু উত্তৰসমূহ তাৰ পৰা চাই চাই লিখিব পাৰিব।
৩। যদি কোনো বাহ্যিক উপায়ৰ সহায় লবলগীয়া হয় তাতো কোনো বাধা নাথাকে।
পৰীক্ষা দিব লাগিব কেনেকৈ?
১। উনিভাৰ্চিটি বা কলেজৰ পৰা ৱেবছাইট লিংক দিব। অথবা হোৱাটচএপ যোগে প্ৰশ্নকাকত দিব। সেই নিৰ্দিষ্ট সময়ত লিংকটোৰ পৰা বা হোৱাটচএপৰ পৰা প্ৰশ্নকাকতখন ডাউনলোড কৰিব লাগিব।
২। তাৰ পিছত প্ৰশ্নকাকত চাই উত্তৰসমূহ লিখিব লাগিব।
৩। পৰীক্ষাৰ শেষত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত উত্তৰবহী স্কেন কৰি পিডিএফ বনাই পৰ্টেলত অথবা হোৱাটচ্এপত আপলোড কৰিব লাগিব। অবশ্যে সময় অতিৰিক্ত দিয়া হব।

এই পৰীক্ষাত আমাৰ লাভ কি হব?
১। আমি ঘৰতে বহি পৰীক্ষা দিব পাৰিম।
২। পৰীক্ষাৰ কাৰণে বিশেষ পঢ়িব নালাগে। নোটচ চাইহে পৰীক্ষা দিম।
৩। আমি সুবিধা অনুসৰি কাৰোবাৰ হেল্প লব পাৰিম। যেনে পিডিএফ পঠোৱা, স্কেনিং ইত্যাদি।
অসুবিধাসমূহ কি কি?
১। কোনে কৰ পৰা পৰীক্ষা দিলে তাক ধৰিব নোৱাৰিম।
২। মোবাইল বা অনলাইন জ্ঞান নাথাকিলে পৰীক্ষাসমূহ দিব নোৱাৰিম।
৩। উত্তৰ ভূল হোৱাৰ সমস্যা থাকিব।
৪। অনলাইন ভ্ৰান্তি।
Open book Exam Easy নে?
১। এক কথাত সহজ নহয়। কাৰণ প্ৰশ্নসমূহ কত আছে উত্তৰসমূহ কত আছে তাক বিচাৰি থাকোতে সময় শেষ হব পাৰে।
২। সকলোৱে পাছ কৰিব কিন্ত বেছি ভাল নম্বৰ তোলা কষ্টকৰ।
কি কি সাবধানতা অবলম্বন কৰিব লাগিব?
১। কিতাপ আৰু নোটচসমূহ সম্পৰ্কে আগতীয়া ধাৰণা থাকিব লাগিব। নহলে পৰীক্ষা সময়ত বিচাৰি হাবাথুৰি খাব লাগিব।
২। ৱেব পৰ্টেল কেনেকৈ খুলিব লাগে, ডাউনলোড কেনেকৈ কৰিব লাগে, বা আপলোড কেনেকৈ কৰিব লাগে সেই জ্ঞান থাকিব লাগিব।
৩। স্কেনিং কৰা আৰূ পিডিএফ বনোৱা শিকিব লাগিব।

চাওক ভিডিও :
অপেন বুক এক্সামিনেছন
কেনেকৈ প্ৰস্তুতি লম?
১। নোটচ আৰু কিতাপৰ সকলো বিষয় ভালদৰে জানি থম। কোনটো নোটচ বা প্ৰশ্নোত্তৰ কত আছে সেই সম্পৰ্কে স্পষ্ট ধাৰণা ৰাখিম।
২। আগতীয়াকৈ উত্তৰবহীত নিজৰ নাম, ৰোল নম্বৰ, কলেজৰ নাম, ছেমিষ্টাৰ, আদি প্ৰয়োজনীয় তথ্য পূৰণ কৰি থম।
৩। প্ৰতিটো পেজতে পেজ নম্বৰ দি ৰাখিব লাগিব। যাতে ওলোট পালট হলেও পৰীক্ষকে বুজিব পাৰে।
৩। মোবাই বা কম্পিউটাৰত পিডিএফ বনোৱাৰ ছফ্টৱেৰ ইনষ্টল কৰি ৰাখিম। পিডিএফ বনোৱা পদ্ধতি শিকিব লাগিব।
৪। প্ৰশ্নকাকত ডাউনলোড আৰু উত্তৰবহী আপলোড সম্পৰ্কে জানি লব লাগিব।
বিদ্ৰ:
কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিব।

Comments
Post a Comment